Local, Vocal, Global

আপোনাৰ মোবাইলত কাৰ সেই পৰিচিত কণ্ঠ ?

সাম্প্ৰতিক সময়ত সমগ্ৰ ভাৰতবৰ্ষত পৰিচিত   হৈ পৰিছে এটা কণ্ঠ । বিগত তিনি-চাৰি মাহে সমগ্ৰ  ভাৰতবৰ্ষত  বিয়পি পৰিছে  এটি বিশেষ হিন্দী কলাৰ-টিউনত । আপোনাৰ ফোনৰ পৰা অইন এটা ফোনলৈ যোগাযোগ কৰিলৈই বাজি উঠে সেই বিশেষ কলাৰ-টিউনতো । ভাৰত চৰকাৰে কভিড ১৯ৰ সজাগতাৰ বাবে ব্যৱহাৰ কৰা এটা কলাৰটিউন  আৰু য’ত ভাঁহি আহে এগৰাকী মহিলাৰ কন্ঠ।

সেই কন্ঠৰ গৰাকীয়েই হৈছে জনপ্ৰিয় ভয়চ অভাৰ আৰ্টিষ্ট তথা ক্ৰীড়া সাংবাদিক ৪০ বছৰীয়া  জেছলিন ভাল্লা। । ভাল্লাই এগৰাকী সাংবাদিকতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ।  অবশ্যে বিগত ১০ বছৰে ভয়ছ অভাৰ আৰ্টিষ্ট হিচাপে কাম কৰি আছে জেছলিনে ।