Local, Vocal, Global

মহানগৰীত আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰিৰ চক্ৰ 

  • মহানগৰীত উৎখাত বৃহৎ গাড়ী চুৰিৰ চক্ৰ
  • কাৰ্বি-আংলঙৰ মানজা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত এই বৃহৎ সফলতা
  • অভিযানত জব্দ বহুকেইখন বিলাসী গাড়ী
  • ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা চুৰি কৰিছিল গাড়ীসমুহ
  • গাড়ীসমুহ লকুৱাই ৰাখিছিল মহানগৰীৰ বৰবাৰীৰ এটা ল’জৰ চৌহদত
  • প্ৰতিখন বাহনত সংলগ্ন আছিল ভুৱা নম্বৰ প্লেট
  • কাৰ্বি-আংলঙৰ মানজাত জব্দ হোৱা চুৰি গাড়ী এখনৰ ভিত্তিতে মহানগৰীত  চলিছিল অভিযান
  • এই অভিযানত গ্ৰেপ্তাৰ ৫জনকৈ দুধৰ্ষ গাড়ীচোৰ
  • মানজা আৰক্ষীয়ে নিজৰ  জিন্মাত লৈছে ধৃত চোৰ কেইজন