Local, Vocal, Global

WATCH | Congress MLA Nurul Huda :‘মই ১০০ শতাংশ বিশ্বাসী মই নোমল মমিনৰ গাত হাত দিয়া নাই’

নিউজ ডেস্ক,২৫মাৰ্চ : ‘মই ১০০ শতাংশ বিশ্বাসী মই নোমল মমিনৰ গাত হাত দিয়া নাই’

‘ৰাজনীতিত আজি আছো, কাইলৈ নাই, কিন্তু সম্পৰ্ক কেতিয়াও শেষ নহয়’

‘মই কোৰানত হাত থৈ ক’ব পাৰো, মই নোমল মমিনৰ গাত হাত দিয়া নাই’

‘মোৰ বিৰুদ্ধে অপযশ জাপি দিয়া হৈছে’

‘মোৰ বিৰুদ্ধে অপযশ অনা হৈছে, ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে’

‘কাৰোবাৰ প্ৰৰোচনাত পৰি উপাধ্যক্ষ মমিনে মোৰ বিৰুদ্ধে এনে অভিযোগ আনিছে’

বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে অভিযোগ উঠাৰ পিছত প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ(Congress MLA Nurul Huda)

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: বাঘমাৰাচৰত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী