Local, Vocal, Global

সুখবৰ দিলে মুখ্যমন্ত্রী ড• হিমন্ত বিশ্ব শৰ্মাই

 

# অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি
# এতিয়াৰে পৰা ১০০০ টকাকৈ পাব অৰুণোদয় আঁচনিৰ ধন
# প্ৰতি মাহৰ ১০ তাৰিখে পাব এই ধন

# এতিয়াৰে পৰা নবম আৰু দশমিক শ্রেণীত ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক বিষয় হব
# আন্তজিলাত বন্ধ হৈ থকা বাছৰ চালক হেন্দিমেনলৈ ১০০০০ টকা দিয়া হব
# মন্দিৰৰ পূজাৰী, নামঘৰৰ নামঘৰিয়াক ১৫০০০ টকা দিয়া হব
# প্ৰত্যেকখন জুনিয়ৰ কলেজত নৱম – দশম শ্রেণী থাকিব লাগিব

# প্ৰতিখন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হব
# অহা মাহত ২২ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব