Local, Vocal, Global

মঙ্গলদৈত ছিগিল শাকতোলা নৈৰ মথাউৰি

  •  মঙ্গলদৈত ছিগিল শাকতোলা নৈৰ মথাউৰি
  • শাকতোলা নৈয়ে  ছিগিলে কবিকাৰৰ মথাউৰি
  • বানপানীৰ কৱলত জনাৰাম চৌকা , কবিকাৰা , ডাহীৰ বৃহৎ অঞ্চল
  •  নিশা মথাউৰি ছিগাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ
  •  বিস্তৰ ক্ষতি গাঁৱৰ ৰাইজৰ
  •  জল সম্পদ বিভাগৰ ঠিকাদাৰৰ  নিম্নমানৰ মেৰামতিৰ বাবে মথাউৰি খহাই নিয়াৰ অভিযোগ