Local, Vocal, Global

স্বাধীনতা দিৱসৰ পূৰ্বে নগা উগ্ৰপন্থী সংগঠনৰ আই ই ডি বিস্ফোৰণ

স্বাধীনতা দিৱসৰ পূৰ্বে নাগালেণ্ডৰ মন জিলাত নগা উগ্ৰপন্থী সংগঠনৰ আই ই ডি বিস্ফোৰণ । আহত ১

মন জিলাৰ chenloiso বস্তিত সংঘটিত হয় এই বিস্ফোৰণ এখন জে চি বি ক্ষতিগ্ৰস্ত ।

kalpa konyak  নামৰ লোক এজন আহত । ঘটনাস্থিত আসাম ৰাইফলছ আৰু নাগা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

সেনা বাহিনীক আক্ৰমণ কৰাৰ লক্ষ্য ৰে পুতি  থোৱা আই  ই ডি ওপৰেদি এখন জেচিবি পাৰ হৈ যোৱাৰ সময়তে বিস্ফোৰণ টো সংঘটিত হয় ।