Local, Vocal, Global

বলিউডত পুনৰ উজলিল অসমীয়া

বলিউডত পুনৰ উজলিল  অসমীয়া।

অসমলৈ গৈৰৱ কঢ়িয়াই আনিছে বাপন সৰকাৰে। MR INDIAN BOLLYWOOD CROW 2021 MODELING COMPETITIONত  জয়ী হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া যুৱক এজনে। যুৱক জনৰ ঘৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা অন্তৰ্গত ১ নং নোৱাপাৰা গাঁও  সুস্থিৰ সৰকাৰ পুত্ৰ বাপন সৰকাৰ ৰে গৌৰব  গুজৰাট যাম নগৰত মডেলিং ফাষ্ট ৰানাৰ আপ দ্বিতীয় স্থান পাবলৈ সক্ষম  পাবলৈ সক্ষম হৈছে।