Local, Vocal, Global

কোন-কোন সাংস্কৃতিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন?

নিৰ্বাচন চমু চপাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমুহৰ মাজত। একেদিনাই ডেৰকুৰি সাংস্কৃতিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন। কোন-কোন সাংস্কৃতিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন!

১) প্ৰাণজিৎ দাস,অভিনেতা
২) দীপক শৰ্মা,বাঁহী বাদক
৩) ৰেৱা ফুকন,অভিনেত্ৰী
৪) সীমান্ত শেখৰ,কণ্ঠশিল্পী
৫) প্ৰাঞ্জনা দত্ত,অভিনেত্ৰী
৬) পংকজ ইংতি,ক’ৰিঅ’গ্ৰাফাৰ
৭) বিৰিণা পাঠক,কণ্ঠশিল্পী
৮) জয় চক্ৰৱৰ্তী,কণ্ঠশিল্পী
৯) ড্ৰীমলী গগৈ,বিহুৱতী
১০) পল ফুকন,অভিনেতা
১১) কবিন্দ্ৰ দাস,শব্দযন্ত্ৰী
১২) পল্লৱ পৱন বৰা,অভিনেতা
১৩) সুদীপ্ত ভৰদ্বাজ,কণ্ঠশিল্পী
১৪) আৰোহন বৰদলৈ,কণ্ঠশিল্পী
১৫) বিজয় কাশ্যপ,সংগীত পৰিচালক
১৬) প্ৰসন্ন বৰুৱা,বাঁহীবাদক
১৭) ঋতিকা হাজৰিকা,ফেশ্ব্যন ডিজাইনাৰ
১৮) কিশোৰ দাস,অভিনেতা
১৯) সিধান্ত কলিতা,অভিনেতা
২০) ধ্ৰুৱ কাশ্যপ,অভিনেতা
২১) বিকাশ ভৰদ্বাজ,অভিনেতা
২২) জয়শ্ৰী গোস্বামী,অভিনেত্ৰী/ডিজাইনাৰ
২৩) প্ৰতিমা দেৱী,কণ্ঠশিল্পী
২৪) বৈকুণ্ঠ পাঠক,অভিনেতা
২৫) ঋষভ শৰ্মা,অভিনেতা
২৬) অংকুৰাণী শৰ্মা,কণ্ঠশিল্পী
২৭) নীৰৱ মন শৰ্মা,অভিনেতা
২৮) প্ৰিয়ংকা কলিতা,কণ্ঠশিল্পী
২৯) বিকি শৰ্মা,সাংস্কৃতিক বাতৰি দিওতা
৩০) দীনেশ বিষয়া,অভিনেতা