Local, Vocal, Global

কোন-কোন সাংস্কৃতিক কৰ্মীয়ে পিন্ধিলে কংগ্ৰেছৰ টুপী?

শাসকীয় বিজেপি-ৰ সমান্তৰালকৈ শিল্পীৰ সোঁত বৈছে বিৰোধী দল কংগ্ৰেছলৈ। আজি কংগ্ৰেছত যোগদান কৰিলে ডেৰকুৰিৰো অধিক সাংস্কৃতিক কৰ্মীয়ে।

১৷ বাবু বৰুৱা, সংগীত শিল্পী

২৷ নেকিবুল হুছেইন, সংগীত শিল্পী

৩৷ অজয় ফুকন, সংগীত শিল্পী

৪৷ চন্দন কাকতি, সংগীত শিল্পী

৫৷ ঋষি বৰুৱা, সংগীত শিল্পী

৬৷ ডিম্বেশ্বৰ শর্মা, ইভেণ্ট মেনেজমেণ্ট

৭৷ গিৰীন্দ্ৰ কলিতা, সংগীত শিল্পী

৮৷ জিতেন ভূঞা, ভিডিঅ’ পৰিচালক

৯৷ জুনজুন বৰা, অভিনেত্ৰী

১০৷ ৰূপেজ্যাইত চৌধুৰী বৰুৱা, নৃত্য পৰিচালক

১১৷ ৰবীন ৰাজবংশী, সমাজসেৱক

১২৷ ভগৱান পাঠক, সংগীত শিল্পী

১৩৷ প্ৰাঞ্জল বৰুৱা, সমাজসেৱক

১৪৷ হেমন্ত নেওগ, সমাজসেৱক

১৫৷ ঋপুঞ্জয় বৰদলৈ, সমাজসেৱক

১৬৷ দেৱ, অভিনেতা

১৭৷ টানা দেৱৰাজ, সংগীত শিল্পী

১৮৷ বিকুল শইকীয়া, সমাজসেৱক

১৯৷ শোণিত গগৈ, গীতিকাৰ

২০৷ ৰিণ্টু চৌধুৰী, নৃত্য পৰিচালক

২১৷ এলিন মহন্ত, সংগীত শিল্পী

২২৷ মৃণাল শইকীয়া, সংগীত শিল্পী

২৩৷ দীপক শইকীয়া, সমাজসেৱক

২৪৷ সমৰ কাশ্যপ, সংগীত শিল্পী

২৫৷ মনোজ ৰাজ, প্ৰডাকচন মেনেজাৰ

২৬৷ পিংকী বৰা, অভিনেত্ৰী

২৭৷ ৰাজু দাস, কৰিঅ’গ্ৰাফাৰ

২৮৷ মাধুর্য শইকীয়া

২৯৷ দোৱত্তম কুমাৰ শইকীয়া, সংগীত শিল্পী

৩০৷ ৰেবা দাস

৩১৷ শান্তনু গগৈ

৩২৷ সুৰেশ মেধি, নৃত্য পৰিচালক

৩৩৷ অঞ্জন ডেকা, নৃত্য পৰিচালক

৩৪৷ বিটুল কোঁৱৰ, নৃত্য পৰিচালক সম্পাদনা