Local, Vocal, Global

ধুনীয়া কিন্তু ভয়ংকৰ,এই খবৰ বিয়পাৰ পিছত ৯ লাখ মানুহে লাইক কৰা পৰিলক্ষিত হল ।

ধুনীয়া কিন্তু ভয়ংকৰ । NASSA য়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে গলি যোৱা গ্লচিয়েৰৰ (GLACIER) ফটো।এই খবৰ বিয়পাৰ পিছত ৯ লাখ মানুহে লাইক কৰা পৰিলক্ষিত হল । NASSA য়ে ইনষ্টাগ্ৰাম একাউণ্টত গলি যোৱা গ্লচিয়েৰৰ ফটো শ্বেয়াৰ কৰাৰ পিছত এক চিন্তাৰ বিষয় হৈ পৰিছে ।ফটোখন দেখিবলৈ যিমান ধুনীয়া কিন্তু ইয়াৰ আচল ৰূপ বৰ ভয়ংকৰ । এইখন ফটোৰ পৰা আমি জানিব পাৰিছো যে তীব্ৰ বেগেৰে গ্লোবেল বৰ্মিংৰ চিকাৰ হৈ আছোঁ ।