Local, Vocal, Global

বৰপেটা চহৰৰ বিগত এমাহ ধৰি  সন্ধানহীন এজন ব্যক্তি

  • বৰপেটা চহৰৰ বিগত এমাহ ধৰি  সন্ধানহীন এজন ব্যক্তি
  • বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ ফুলেন মজুমদাৰ নামৰ ব্যক্তিজনে  ২৮ মেত ঘৰৰ পৰা বৰপেটাৰোড চহৰলৈ ওলাই গৈছিল
  • কম্পিউটাৰ শিক্ষক ফুলেন মজুমদাৰ দিন ধৰি ঘৰলৈ উভটি অহা নাই
  • দুটি কনমাণি কন্যা সন্তানৰ পিতৃ ফুলেন মজুমদাৰ সন্ধানহীন হৈ থকাত পৰিয়ালত হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে ৷
  • এমাহ ধৰি পৰিয়ালৰ মুৰব্বীজন সন্ধানহীন হৈ থকা থকাত দিশহাৰা হৈ পৰিছে
  • পৰিয়ালৰ লোকে ইতিমধ্যেই সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত ফুলেন মজুমদাৰৰ কোনো শুংসুত্ৰ লাভ কৰা নাই
  • কোনো লোকে ব্যক্তিজনৰ সন্ধান পালে 9859752167 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান