Local, Vocal, Global

বাইহাটাত কৰ’না আতংক

  • কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাত কৰ’না আতংক
  • এগৰাকী আৰক্ষী বিষয়াসহ দুজন বেটেলিয়ান জোৱানৰ কৰ’না পজিটিভ
  •  এগৰাকী থানাখনৰ উপ-পৰিদৰ্শকৰ আৱাসত বনকৰা মহিলা আক্ৰান্ত কৰ’না
  • থানাৰ সৰ্বমুঠ চাৰিওজনকে নিশাই খানাপাৰাৰ ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰে স্বাস্থবিভাগে