Local, Vocal, Global

গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালয়ত চুৰি

নিশা গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত সংঘটিত হ’ল চুৰি কাণ্ড৷ দেৱালয়ৰ কাৰ্যালয়ৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে চোৰ আৰু লুটপাত চলায় কাৰ্যালয়টোত৷ কাৰ্যালয়ৰ গডৰেজ ভাঙি সঞ্চিত সোণ-ৰূপৰ গহনা লৈ যায় চোৰে৷ তদুপৰি গডৰেজত থকা নথি-পত্ৰ তহিলং কৰে চোৰে৷ ঘটনা সম্পৰ্কে আৰক্ষীক অবগত কৰিছে দেৱালয়ৰ পৰিচালনা সমিতিয়ে ৷