Local, Vocal, Global

ছিপাঝাৰত ATM চুৰি কাণ্ড

দৰং জিলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ছিপাঝাৰ ঘোঁৰাবান্ধাত

ATM চুৰি কাণ্ড  । যোৱা নিশা তিনিটাকৈ ATM চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ছিপাঝাৰত । ATM ত কেইটাত কিমান টকা আছিল এতিয়ালৈ জাপিব পৰা হোৱা নাই । ছিপাঝাৰ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে