Local, Vocal, Global

অসম মিজোৰাম সীমান্তৰ এখন বিদ্যালয়ত মিজো দুৰ্ভিত্তৰ গ্ৰেনেড নিক্ষেপ

 

পুনৰ অসমৰ এখন  বিদ্যালয়ত মিজো দুৰ্ভিত্তৰ গ্ৰেনেড নিক্ষেপ। গ্ৰেনেড নিক্ষেপৰ ফলত বহু ক্ষতিসাধন হৈছে বিদ্যালয়খনৰ।আৰু এই বিদ্যালয়খন হৈছে অসম মিজোৰাম সীমান্তৰ কচুৰতল অঞ্চলৰ সাহেবমাৰা নিম্ন প্ৰাথমিক বিদ্যালয়।

যোৱা কালি ৰাতি প্ৰায় ১১:৩০ বজাত অসম মিজোৰাম সীমান্তত থকা  অসমৰ সাহেবমাৰা প্ৰাথমিক বিদ্যালয়ত গ্ৰেনেড নিক্ষেপ কৰে মিজো দুষ্কৃতি সকলে ফলত বিদ্যালয়খনত বহু ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।