প্ৰাণৰ শংকাত ভুগিছে ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাস

- প্ৰসংগঃ SI নিযুক্তি কেলেংকাৰি
- নিৰাপত্তাহীনতা ভুগিছে ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাস
- আৰক্ষীৰ শৰণাপন্ন ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাসৰ
- গঢ়চুক থানাত উপস্থিত মেনেজাৰ বিকাশ দাসৰ
- বিকাশ দাসে CIDক দিছিল বহুতো গুৰুত্বপুৰ্ণ তথা চাঞ্চল্যকৰ তথ্য
- ২৫ ছেপ্তেম্বৰত বিকাশ সোধা-পোচা কৰিছিল CIDয়ে