Local, Vocal, Global

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰি সন্দৰ্ভত পুনৰ আটক এজনক

  • SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ সৰৱ আৰক্ষী
  • আৰক্ষীৰ জালত পৰিছে এজনৰ পিছত আনজন অভিযুক্ত
  • পলাশবাৰীৰ পৰা আটক আন এজন যুৱকক
  • সোমবাৰে মাজ নিশা পলাবাৰীৰ পৰা আটক কৰে গুঞ্জন দাস নামৰ যুৱকজনক
  • পলাশবাৰীৰ বাজিৰিপাৰাৰ গাঁৱত ঘৰ যুৱকজনৰ
  • পৰীক্ষাৰ পুৰ্বে থেংক ইউ ল’জ কোচিং কৰিছিল যুৱকজনে
  • ঘগ্ৰাপাৰ আৰক্ষীয়ে বিজয়নগৰ আৰক্ষীৰ সহায়ত আটক কৰে যুৱকজনক
  • 507/20 U.S 120(B)/406, 420, 418 I.P.C ধাৰাত আটক যুৱকজনক