Local, Vocal, Global

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে খুলিব লাগিব জিৰ’ বেলেঞ্চৰ বেংক একাউণ্ট

  • অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে খুলিব লাগিব বাধ্যতামূলক বেংক একাউণ্ট
  • চৰকাৰী বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে খুলিব লাগিব জিৰ’ বেলেঞ্চৰ বেংক একাউণ্ট
  • অসমৰ চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ
  • ৩০ নৱেম্বৰৰ ভিতৰত সম্পন্ন হ’ব এই প্ৰক্ৰিয়া
  • এই ক্ষেত্ৰত জিলা শিক্ষা বিষয়ালৈ নিৰ্দেশনা জাৰি