ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩১৮ গৰাকী
- ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৫৯৯ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ০০ হাজাৰ ৭০৯ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,১৫৮ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭১ হাজাৰ ৬৮০ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৬৮ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১৩ হাজাৰ ৫৪৭ গৰাকীৰ স্বোৱাব পৰীক্ষা