ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৬৪০ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭৯৫ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৬ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৫৭৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৪০ গৰাকী যোৰহাটৰ, ২০৬গৰাকী লখিমপুৰৰ, ১৯৮গৰাকী গোলাঘাটৰ ৷
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫৯ হাজাৰ ৩২০ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৬০৯ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ২৯ হাজাৰ ১৩০ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৭৮গৰাকী লোকৰ