Local, Vocal, Global

১ লাখ ৫০ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৩৮০ গৰাকী
  • বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৪৪৬ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ন’আক্ৰান্ত সকলৰ ভিতৰত ৩৭৬ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১২৩ গৰাকী যোৰহাটৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫০হাজাৰ ৩৪৯ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮২০৮গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ২১হাজাৰ ৬১০ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫২৮গৰাকী লোকৰ