Local, Vocal, Global

বিশ্বকৰ্মাৰ পূজাৰ দিনাই ৰূপহীহাটৰ জুৰীয়াত অঘটন

  • বিশ্বকৰ্মাৰ পূজাৰ দিনাই ৰূপহীহাটৰ জুৰীয়াত অঘটন
  • ৰূপহীহাটৰ জুৰীয়াত বজ্ৰ পাতত যুৱকৰ মৃত্যু
  • পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি গুৰুতৰ ভাৱে আহত হয় লোকজন
  • পৰিয়ালৰ লোকে ততাতৈয়াকৈ লোকজনক জুৰীয়াৰ চিকিৎসা কেন্দ্ৰলৈ নিয়ে
  • কিন্তু মাজবাটতে মৃত্যু হয় যুৱকগৰাকীৰ
  • মৃত যুৱকগৰাকী নাম আনাৰুল ইছলাম