Local, Vocal, Global

শিৱসাগৰত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

  • শিৱসাগৰ আৰু চৰাইদেউ জিলাত নতুনকৈ ৮গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি
  • ৭গৰাকী শিৱসাগৰ জিলাৰ আৰু এগৰাকী চৰাইদেউ জিলাৰ
  • চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ এগৰাকী আশা কৰ্মীও আক্ৰান্ত কৰ’নাত
  • শিৱসাগৰৰ ৭গৰাকীৰ ভিতৰৰ ৬গৰাকী শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আৰু এগৰাকী হোটেল ৰাজ পেলেছত কোৱাৰেন্টিন হৈ আছিল