Assamese
English
Sunday, April 18, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

অসম আৰক্ষীৰ নাক কাটিলে ভৰলুমুখ থানাৰ আৰক্ষীয়ে। বিশেষভাৱে সক্ষম শিশুক প্ৰহাৰ কৰাক লৈ তোলপাৰ

MyNews Bureau by MyNews Bureau
July 24, 2020
in Assam, Big Story, Guwahati
0
0
SHARES
2
VIEWS

RelatedPosts

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

ৰাজধানী মহানগৰী গুৱাহাটীত আৰক্ষীৰ বৰ্বৰতা ৷ যি সময়ত একাংশ আৰক্ষীয়ে দিনে-নিশাই ৰ’দ-বৰষুণক নেওচি ক’ভিদযুদ্ধত নিয়োজিত হোৱাৰ বাবে জনতা ভগৱান জ্ঞান কৰি আছে তেনে সময়তে মহানগৰীত এজন আৰক্ষী বিষয়াৰ অসুৰৰ দৰে কৰ্ম। বিশেষ ভাবে সক্ষম এজন শিশুক প্ৰহাৰ কৰি এগৰাকী আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন ৷ লকডাউনৰ মাজতে মহানগৰ গুৱাহাটীত দৈনিক সংঘটিত হৈ অহা অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী দেখুূৱালে বীৰত্ব। বৃহস্পতিবাৰে সন্ধিয়া ভৰলুমুখত পিতৃৰ সৈতে ঔষধ কিনিবলৈ যোৱা এটি বিশেষভাৱে সক্ষম শিশুক প্ৰহাৰ কৰিলে অসম আৰক্ষীৰ এজন বিষয়াই।

ইতিমধ্যে অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি সিঙে অভিযুক্ত আৰক্ষী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মন্তব্য কৰিছে। লগতে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ বুজা-বুজি নহয় বুলিও মত প্ৰকাশ কৰে ।

Previous Post

মহানগৰবাসীলৈ সমুহিক সকাহ! কিছু পৰিমাণে হ্ৰাস কৰ’নাৰ সংক্ৰমণ

Next Post

মুখ্যমন্ত্ৰীৰ সমষ্টিত বৰবিহ ৰূপী জিলা প্ৰশাসনে যোগান ধৰা পশু খাদ্য

MyNews Bureau

MyNews Bureau

Related Posts

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু
Entertainment

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ
Assam

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা
Big Story

SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

March 25, 2021
JIOৰ আন এক আকৰ্ষণীয় অফাৰ। এবছৰলৈ ফ্ৰী কলিঙৰ সৈতে পাব হাইস্পীড ডাটা
Gadget

JIOৰ আন এক আকৰ্ষণীয় অফাৰ। এবছৰলৈ ফ্ৰী কলিঙৰ সৈতে পাব হাইস্পীড ডাটা

March 21, 2021
মন্দিৰৰ ভিতৰত পানী খোৱাৰ বাবেই মুছলিম ধৰ্মাৱলম্বী কিশোৰক প্ৰহাৰ
Big Story

মন্দিৰৰ ভিতৰত পানী খোৱাৰ বাবেই মুছলিম ধৰ্মাৱলম্বী কিশোৰক প্ৰহাৰ

March 21, 2021
Next Post
মুখ্যমন্ত্ৰীৰ সমষ্টিত বৰবিহ ৰূপী জিলা প্ৰশাসনে যোগান ধৰা পশু খাদ্য

মুখ্যমন্ত্ৰীৰ সমষ্টিত বৰবিহ ৰূপী জিলা প্ৰশাসনে যোগান ধৰা পশু খাদ্য

মুখ্যমন্ত্ৰীৰ সমষ্টিত বৰবিহ ৰূপী জিলা প্ৰশাসনে যোগান ধৰা পশু খাদ্য

মুখ্যমন্ত্ৰীৰ সমষ্টিত বৰবিহ ৰূপী জিলা প্ৰশাসনে যোগান ধৰা পশু খাদ্য

Stay Connected

  • 320.4k Fans
  • 115 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

April 18, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.