Local, Vocal, Global

মহানগৰীৰ দাঁতিকাষৰীয়া পানীখাইটিত ভয়ংকৰ অগ্নিকাণ্ড

  • মহানগৰীৰ দাঁতিকাষৰীয়া পানীখাইটিত নিশা ভয়ংকৰ অগ্নিকাণ্ড
  • ভয়ংকৰ অগ্নিকাণ্ড ভস্মীভূত দুটাকৈ কাৰখানা
  • শ্ৰী শ্যাম নামৰ স্পঞ্জ উদ্যোগ আৰু বিনায়ক নামৰ চয়াবিন উদ্যোগত সংঘটিত এই অগ্নিকাণ্ড
  • প্ৰায় দুই ঘন্টা ধৰি ছয় খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অগ্নিনিৰ্বাপনৰ চেষ্টা চলায়
  • অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনত পানী নথকাত লৈ ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ
  • ক্ষুদ্ধ স্থানীয় ৰাইজে উত্তপ্ত কৰে পৰিস্থিতি
  • ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া হোৱাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি
  • অগ্নিনিৰ্বাপক বাহিনীৰ বহু চেষ্টাৰ অন্তত নিৰ্বাপন হয় জুই
  • কাৰখানা দুখনৰ মেচিন আৰু বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়
  • সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক