কাইলৈ বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
- কাইলৈ বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
- সোমবাৰে অন্ত পৰে নিৰ্বাচনী প্ৰচাৰ
- ২৪৩খন আসনৰ ৭১ খনত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
- ২,১৪,৬,৯৬০ জন ভোটাৰে কৰিব প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ
- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ১,০৬৬ গৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয়
- ৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব
- ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব
- নিৰ্বাচনী ফলাফল ঘোষণা হ’ব ১০ নৱেম্বৰত