Local, Vocal, Global

ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩২৮ গৰাকী
  • ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৫০৮ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৯ হাজাৰ ১১৭ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৬,৩২৮ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২ লাখ ১ হাজাৰ ৮৩৯ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৪৭ গৰাকী লোকৰ
  • ৰবিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৮ হাজাৰ ৫২৬ গৰাকীৰ স্বোৱাব পৰীক্ষা