আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

- আজি আৰম্ভ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা
- পুৱা ৮ বজাৰ পৰা চলিছে ভোটগণনা
- ২৪৩ খন আসনৰ বাবে চলিছে ভোটগণনা
- ২৮ অক্টোবৰ, ৩ নৱেম্বৰ আৰু ৭ নৱেম্বৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন
- বিহাৰত ২৯ নৱেম্বৰত সমাপ্ত হ’ব পূৰ্বৰ চৰকাৰৰ কাৰ্যকাল