Local, Vocal, Global

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এগৰাকী কৰ’নাত আক্ৰান্তৰ

  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এগৰাকী কৰ’নাত আক্ৰান্তৰ
  • মৃত লোকজন তেজপুৰ এক্স পুলিচ লাইনৰ সজল আচাৰ্য (৬৩)
  • লোকজন কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে স্বাস্থ্য বিভাগে
  • বৰ্তমানলৈ জিলাখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ২গৰাকীলৈ বৃদ্ধি