Local, Vocal, Global

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

  • ৭  হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
  • শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত  ২৪৬গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ৭১৬৫ গৰাকী
  • বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪৮১৪ গৰাকী
  • ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ  সংখ্যা ২৩৩৮ গৰাকী
  • শনিবাৰৰ দিনটোত ৫৬৭ ৰোগী সুস্থ হোৱাত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান
  • ৰাজ্যত বৰ্তমানলৈ ৩,৭৪,৫১৯ লোকৰ কৰ’না টেষ্ট কৰা হৈছে