ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

- ৰাজ্যত প্ৰতিদিনে ভয়ংকৰ আৰু উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কাল কৰ’নাৰ সংক্ৰমণ
- বুধবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৯৭২ গৰাকী
- কামৰূপ মহানগৰীত নতুনকৈ আক্ৰান্ত ৩৫৪,যোৰহাটত ৫১ গৰাকী
- ইয়াৰ বিপৰীতে বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১,৩১৭ গৰাকী ৰোগীয়ে
- ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৭,৭৪৪ গৰাকী
- ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৯,৩৫০ গৰাকী
- বৰ্তমান ৰাজ্যত ৮৩২৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে
- চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৬৬ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে