Local, Vocal, Global

ভয়াৱহ ! ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’না সংক্ৰমণ

 ভয়ানক !! কৰ’নাৰ কোপদৃষ্টিত ত্ৰস্তমান উত্তৰ-পূৱৰ দুৱাৰমুখ।

১১,০০০ অতিক্ৰম কৰিলে ৰাজ্যত আক্ৰান্তৰ সংখ্যাই।

  • গুৱাহাটীত এটা দিনত ৭৭৭ গৰাকী আক্ৰান্তৰে বৃহৎ অভিলেখ
  • এদিনতে ৰাজ্যত সৰ্বাধিক ১,২০২ গৰাকী আক্ৰান্ত
  • শনিবাৰে ৰাজ্যত সুস্থ হোৱা হোৱা ৰোগীৰ সংখ্যা ৪১৬ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত হৈছে ১১০০১ গৰাকী
  • আৰোগ্য লাভ কৰিছে ৬৩২৭ গৰাকী ৰোগীয়ে
  • ৰাজ্যত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৪৬৫৭ গৰাকী ৰোগী
  • ৰাজ্যত মৃত ৰোগীৰ সংখ্যা ১৩ গৰাকী