Local, Vocal, Global

নিগেটিভ ফলাফল পোৱা ব্যক্তিক আক্ৰান্ত বুলি চিকিৎসালয়ত থোৱাৰ অভিযোগ

কৰ’না পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ। আনহে নালাগে ম’বাইলত নিগেটিভ বুলি ফলাফল পোৱা ব্যক্তিক আক্ৰান্ত বুলি চিকিৎসালয়ত থোৱাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে বহু চিকিৎসালয়ত।