ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা

ৰাজ্যত ৯ হাজাৰ অতিক্ৰম কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
- বৃহস্পতিবাৰে দিনটোত আক্ৰান্ত ৪৭৯গৰাকীৰ
- নতুনকৈ আক্ৰান্তৰ ২৩৮গৰাকীয়ে গুৱাহাটী মহানগৰৰ
- বৃহস্পতিবাৰে আৰোগ্য লাভ কৰে ২৭৫গৰাকী ৰোগীয়ে
- বৃহস্পতিবাৰে পুনৰ মৃত্যু দুগৰাকীৰ
Related Posts
- ৰাজ্যত ৯৪৩৪গৰাকীলৈ বৃদ্ধি আক্ৰান্ত লোকৰ সংখ্যা
- ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৬১০৬গৰাকী
- সম্প্ৰতি ৰাজ্যত ৩৩১১গৰাকী ৰোগী চিকিৎসাধীন
- ৰাজ্যত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১৪গৰাকী
- ৰাজ্যত বৰ্তমানলৈ ৪,২৮,৮৬৬গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে