Local, Vocal, Global

কৰ’নাৰ গ্ৰাসত কম্পমান ৰাজ্য

  • ৰাজ্যত অব্যাহত কাল কৰ’নাৰ সংহাৰ
  • ৰবিবাৰে পুনৰ  আক্ৰান্ত  ৩২৭ গৰাকী
  • নতুনকৈ আক্ৰান্ত ১৯৫ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
  • বৰ্তমানলৈ ৰাজ্যত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৪৯২ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৫০৮৮ গৰাকী
  • বৰ্তমান চিকিৎসাধীন ৰোগাীৰ সংখ্যা ২৩৯০ গৰাকী
  • ৰবিবাৰৰ দিনটোত ২৭৪ গৰাকীয়ে আৰোগ্য লাভ কৰে
  • ৰাজ্য বৰ্তমানলৈ আৰোগ্য ৰোগীৰ হাৰ ৭১ শতাংশ