Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • ৰাজ্যত অধিক ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহতা
  • ১৪ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
  • বৃহস্পতিবাৰে পুনৰ আক্ৰান্ত ৫৬৮ গৰাকী ব্যক্তি
  • নতুনকৈ আক্ৰান্ত সকলৰ ৩৫৫ গৰাকীয়ে গুৱাহাটী মহানগৰৰ
  • উল্লেখ যে বৃহস্পতিবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪২১ গৰাকী
  • ৰাজ্যত ১৪৬০০ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  • ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯১৪৭ গৰাকী
  • ৰাজ্যত বৰ্তমান ৫৪৩২ গৰাকী ৰোগী চিকিৎসাধীন
  • ইয়াৰ বিপৰীতে মৃতৰোগীৰ সংখ্যা ২৭ গৰাকী
  • ৪৮ ঘন্টাত ৰাজ্যত মৃত্যু ১২ গৰাকীৰ লোকৰ