Local, Vocal, Global

ডুমডুমাৰ ফিল’বাৰীত উৎখ্যাত অবৈধ আধাৰ কাৰ্ড বনোৱা চক্ৰ  

ডুমডুমাৰ ফিল’বাৰীত উৎখাত অবৈধ আধাৰ কাৰ্ড বনোৱা চক্ৰ । ফিল’বাৰীৰ ৰংপুৰ গাৱঁত চলাই আছিল  অবৈধ আধাৰ কাৰ্ডৰ ৰমৰমীয়া বেহা । ৫০০ টকাকৈ লৈ বিভিন্নজনক দিছিল অবৈধ আধাৰ কাৰ্ড । ফিল’বাৰী আৰক্ষী থানাই গোপন সূত্ৰৰ পম খেদি  অভিযান আৰম্ভ কৰে আৰু আতক কৰিবলৈ সক্ষম হয়  ডিগবৈৰ দিপক চেত্ৰী, কমল খতিওৰা আৰু বিকাশ চেত্ৰী নামৰ তিনিজনলোকক । গ্ৰেপ্তাৰ কৰাৰ লগতে এটা প্ৰিন্টাৰ, আধাৰ কাৰ্ড নিৰ্মাণ কৰা মেচিন আৰু বিভিন্ন নঠি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । বৰ্তমান তিনিওজনকে প্ৰেৰণ  কৰা হৈছে  কাৰাগাৰলৈ  ।