Local, Vocal, Global

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

  • কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • ভাৰ্ণা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ
  • গুৰুতৰভাৱে আহত তিনি বাইক আৰোহী
  • কলিয়াবৰৰ হাতীগাঁৱৰ নৱনির্মিত চাৰিলেন পথত এই দুৰ্ঘটনা
  • আহত উমানাথ শংকৰ ,দীপাংকৰ বিশ্বাস আৰু নিবাৰণ বিশ্বাসক
  • আহতক তিনিও গৰাকীকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি