Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • ৰাজ্যত ৬ হাজাৰ  অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা
  • মঙলবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ২০৩গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ৬০৫৬গৰাকী
  • বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৩৭৬২গৰাকী
  • ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰোগীৰ  সংখ্যা ২২৮২গৰাকী
  • মঙলবাৰৰ দিনটোত ১৯৭ ৰোগী সুস্থ হোৱাত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান