Website Design: dastechnologies.in
- লখিমপুৰৰ চাৰিজনকৈ গাড়ীচালক আক্ৰান্ত কৰ’নাত
- কোৱাৰেন্টাইন কেম্পত থকা লোকক অনা-নিয়া কৰিছিল চালককেইজনে
- ৰেপিড টেষ্টত চালককেইজনৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ
- ধলপুৰ আৰু নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ SWAB সংগ্ৰহ শিৱিৰৰ পৰা কোৱাৰেণ্টাইন চেন্টাৰলৈ বহিঃৰাজ্যৰ পৰা অহা লোকক অনা-নিয়া কৰিছিল চালককেইজনে
- তদুপৰি আজৰি সময়ত অন্য কামত নিয়োজিত আছিল লোককেইজন
- লখিমপুৰত গণসংক্ৰমণৰ আশংকা