Local, Vocal, Global

লখিমপুৰত কৰ’নাৰ গণসংক্ৰমণৰ আশংকা 

19
  • লখিমপুৰৰ চাৰিজনকৈ গাড়ীচালক আক্ৰান্ত কৰ’নাত
  • কোৱাৰেন্টাইন কেম্পত থকা লোকক অনা-নিয়া কৰিছিল চালককেইজনে
  • ৰেপিড টেষ্টত চালককেইজনৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ
  • ধলপুৰ আৰু নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ SWAB সংগ্ৰহ শিৱিৰৰ পৰা কোৱাৰেণ্টাইন চেন্টাৰলৈ বহিঃৰাজ্যৰ পৰা অহা লোকক অনা-নিয়া কৰিছিল চালককেইজনে
  • তদুপৰি আজৰি সময়ত অন্য কামত নিয়োজিত আছিল লোককেইজন
  • লখিমপুৰত গণসংক্ৰমণৰ আশংকা

Comments are closed, but trackbacks and pingbacks are open.