Local, Vocal, Global

পুনৰ কৰ’নাত আক্ৰান্ত কৰ’না যোদ্ধা

45
  • শোণিতপুৰত এগৰাকী চিকিৎসক, এগৰাকী স্বাস্থ্যকৰ্মী আৰু দুগৰাকী প্ৰতিৰক্ষা বিভাগৰ লোকসহ ৫জনৰ শৰীৰত কৰ’না পজিটিভ
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগৰ চিকিৎসক ডাঃ অমৃত শৰ্মা আৰু চিকিৎসা মহাবিদ্যালয়খনত ক’ভিড স্ক্ৰিনিঙৰ দায়িত্বত থকা কৰ্মচাৰী নিপুল দাসৰ শৰীৰত কৰ’না পজিটিভ
  • মিছামাৰীসহ এয়াৰ ফ’ৰ্চ ষ্টেচনৰ সঞ্জয় কুমাৰ,  তেজপুৰসহ ১৫৫ সামৰিক হাস্পতালৰ মনোহৰলাল আৰু বালিপৰাৰ নিকটৱৰ্তী অকাবস্তিৰ ভীম ডি গিৰিৰো কৰ’না পজিটিভ
  •  শোণিতপুৰত বৰ্তমানলৈ কৰ’না পজিটিভৰ সংখ্যা ১৭৬লৈ বৃদ্ধি

Comments are closed, but trackbacks and pingbacks are open.