Website Design: dastechnologies.in
- শোণিতপুৰত এগৰাকী চিকিৎসক, এগৰাকী স্বাস্থ্যকৰ্মী আৰু দুগৰাকী প্ৰতিৰক্ষা বিভাগৰ লোকসহ ৫জনৰ শৰীৰত কৰ’না পজিটিভ
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগৰ চিকিৎসক ডাঃ অমৃত শৰ্মা আৰু চিকিৎসা মহাবিদ্যালয়খনত ক’ভিড স্ক্ৰিনিঙৰ দায়িত্বত থকা কৰ্মচাৰী নিপুল দাসৰ শৰীৰত কৰ’না পজিটিভ
- মিছামাৰীসহ এয়াৰ ফ’ৰ্চ ষ্টেচনৰ সঞ্জয় কুমাৰ, তেজপুৰসহ ১৫৫ সামৰিক হাস্পতালৰ মনোহৰলাল আৰু বালিপৰাৰ নিকটৱৰ্তী অকাবস্তিৰ ভীম ডি গিৰিৰো কৰ’না পজিটিভ
- শোণিতপুৰত বৰ্তমানলৈ কৰ’না পজিটিভৰ সংখ্যা ১৭৬লৈ বৃদ্ধি