Local, Vocal, Global

 Babul Supriyoক TMCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি

নিউজ ডেস্ক, ১০ জুলাই : তৃণমূল কংগ্ৰেছৰ (TMC) বিধায়ক বাবুল সুপ্ৰিয়ক দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে।

সুপ্ৰিয়ই টুইটাৰযোগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু TMCৰ সৰ্বোচ্চ নেতা মমতা বেনাৰ্জীক নতুন দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

খবৰ অনুসৰি, সুপ্ৰিয়ক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াটো দলটোৱে বংগৰ বাহিৰত নিজৰ ভেটি সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰস্তুত কৰা ৰণনীতিৰ এটা অংশ।