Local, Vocal, Global

কৰ’না আক্ৰান্তসকলৰ বাবে দুই কোটি টকাৰ সাহাৰ্য্য অমিতাভৰ

সমগ্ৰ দেশতে কৰ’না ভাইৰাছৰ সংকট পৰিস্থিতিত বহুতো চেলিব্ৰিটি সাধাৰণ মানুহৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে। এইবাৰ সহায়ৰ হাত আগ বঢ়াইছে জনপ্ৰিয় অভিনেতা বিগ বিয়ে। অমিতাভ বচ্চনে দিল্লীৰ ৰাকাব গঞ্জ গুৰুদ্বাৰাৰ ক’ভিড-কেয়াৰ ফাণ্ডলৈ আগবঢ়াইছে দুই কোটি টকা । শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছাই জানিবলৈ দিয়ে অমিতাভৰ এই অনুদানৰ কথা ।