Local, Vocal, Global

অংগ দান কৰিব বিগ বি অমিতাভ বচ্চনে

বিগ বি অমিতাভ বচ্চনৰ মহানুভৱতা। পুনৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে বলিউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে। শেহতীয়াকৈ কৰ’নাৰ পৰা মুক্ত হোৱা বিগ বি অমিতাভ বচ্চনে দান কৰিব নিজৰ অংগ।সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে জনপ্ৰিয় অভিনেতা গৰাকীয়ে।