মষ্ট ৱান্টেড দিবনৰ যোৰহাটৰ লগত সম্পৰ্ক কি?

SI নিযুক্তি কেলেংকাৰিত নিতৌ পোহৰলৈ আহিছে নতুন-নতুন তথ্য। আৰক্ষী-ক্ৰাইম বাঞ্চত তদন্তত প্ৰতিদিনে উদঘাটন হৈছে নতুন ভয়ংকৰ তথ্য। মষ্ট ৱান্টেড দিবন ডেকাৰ যোৰহাটৰ সৈতে এক সম্পৰ্ক। দিবন ডেকাই সঘনাই অহা-যোৱা কৰিছিল যোৰহাটলৈ। যোৰহাটত দিবনে প্ৰায়ে এটি বিশেষ ভাড়াঘৰত আশ্ৰয় লৈছিল। উল্লেখ্য যে যোৰহাটৰ এগৰাকীক যুৱতীৰ লগত পলাতক দিবন ডেকাৰ আছিল ভাতৃ-ভগ্নীৰ সম্পৰ্ক। লক্ষ্যণীয় বিষয় এয়ে যে যুৱতীগৰাকীয়ে ২০১৯ চনত গ্ৰামোন্নয়ন বিভাগত চাকৰি লাভ কৰিছিল।