Local, Vocal, Global

পাকিস্তানত ঐশ্বর্য ৰায় বচ্চন

বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বর্য ৰায় বচ্চনৰ বহুতো ছবি এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। পিছে ফটোত হুবহু ঐশ্বর্য ৰায় বচ্চনৰ নিচিনা দেখিবলৈ পোৱা ছোৱালীজনী হৈছে পাকিস্তানী ব্লগাৰ আবকা ইমৰান। ফটোবোৰ দেখি ঐশ্বর্য ৰায়ৰ অনুৰাগীসকলো হৈ পৰিছে স্তম্ভিত। বর্তমান বহুতৰ মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে এইগৰাকী আবকা ইমৰানৰ আলোকচিত্ৰ।