Local, Vocal, Global

ব্ৰহ্মপুত্ৰৰ জলধাৰা প্ৰদূষিত হোৱাৰ অন্য এক মুখ্য উৎস চীনৰ ৰাসায়নিক দ্ৰব্য

 

ব্ৰহ্মপুত্ৰৰ ৪০ শতাংশ পানী তিব্বতৰ হিমবাহৰ পৰা অহা। উন্নয়নৰ সপোন দেখুৱাই প্ৰথমে চীনৰ তিব্বতত প্ৰৱেশ, পৰৱৰ্তী সময়ত কৌশলেৰে চীনৰ দখললৈ নিয়ে তিব্বত। চীনে অহৰহ তীব্বতৰ পৰা খনিজ সম্পদ আহৰণ কৰাৰ লগতে ব্যৱহৃত ৰাসায়নিক দ্ৰব্য় ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই ইয়াৰ পানী প্ৰদূষিত কৰিছে।