Local, Vocal, Global

ডিগবৈত ট্ৰেভেল হিষ্ট্ৰী নথকা মহিলা আক্ৰান্ত কৰ’নাত

  • ডিগবৈত এগৰাকী কভিড-১৯ পজিটিভ মহিলা চিনাক্ত
  • আক্ৰান্ত মহিলাগৰাকী AOD হাস্পতালৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিকুঞ্জলতা কাকতি
  • ৰোগীগৰাকী মুলিয়াবাৰী PNGB ৰোডৰ বাসিন্দা
  • মহিলা ৰোগীগৰাকীক ইতিমধ্যে ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে স্বাস্থ্য বিভাগে
  • মহিলা ৰোগীগৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী