Local, Vocal, Global

বলীউডৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ দেহাৱসান 

  • বলীউডৰ প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ দেহাৱসান
  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত আছিল শিল্পীগৰাকী
  • ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰগৰাকীয়ে
  • শুকুৰবাৰে মুম্বাইৰ গুৰু নানাক হাস্পতালত শেষ নিশ্বাস ত্যাগ বলীউডৰ বিখ্যাত কৰি’গ্ৰাফাৰগৰাকীৰ
  • বলীউডত ২০০ৰো অধিক ছবিত কলা-নিৰ্দেশনা কৰিছিল সৰোজ খানে