বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনা By MyNewsNE Desk On Jun 23, 2020 Last updated Jul 19, 2020 Share বোকাখাতৰ ৰজাবাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহটিয়ালে দুই স্কুটী আৰোহীক থিতাতে নিহত ৰূমাংকৰ দাস নামৰ এজন যুৱক গুৰুতৰভাৱে আহত সাধন দাস নামৰ আনজন যুৱক দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 B-9816 Share FacebookTwitterReddItWhatsAppPinterestEmail